Higher Secondary (Science) আৰু Engineering ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলৰ বাবে video টো উপযোগী হ’ব ।
Electromagnetic Waves | JEE Mains | Physics | Concepts through Problems | IIT-JEE | NEET
Problem Solving পদাৰ্থ বিজ্ঞান (Physics)ৰ এক অতি গুৰুত্বপূৰ্ণ বিষয় । স্কুল পৰ্যায়ৰ পৰীক্ষাসমূহকে আদি কৰি বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষা যেনে JEE, CEE, NEET আদিত পদাৰ্থ বিজ্ঞানৰ বহুত গাণিতিক সমস্যা সমাধান কৰিবলৈ দিয়ে । আজিৰ video টোত NIT, Silchar ৰপৰা B. TECH ডিগ্ৰীধাৰী আৰু JEE কে আদি কৰি বহুতো প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা Saurav Kamal Medhi এ JEE পৰ্যায়ৰ বিভিন্ন গাণিতিক সমস্যাৰ আলমত পদাৰ্থ বিজ্ঞানৰ Electromagnetic waves অধ্যায়টোৰ সূত্ৰসমূহ আলোচনা কৰিছে ।
Higher Secondary (Science) আৰু Engineering ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলৰ বাবে video টো উপযোগী হ’ব ।